Bongaigaon Times: BOITAMARI: ০৯/০৪/২০২০
Citizen Reporter: শিৱেন নাৰায়ণ দেৱ, বইটামাৰী,বঙাইগাঁও
বঙাইগাঁওত উলংঘা লকডাউন, একাংশৰ ভ্ৰূক্ষেপে নাই কৰ'ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি, এই ঘটনা বঙাইগাঁও জিলাৰ বইটামাৰীৰ
বইটামাৰীৰ চাউথ বইটামাৰী গাঁও পঞ্চায়ত আৰু ধনতোলা বজাৰৰ অসম গ্ৰামীন বিকাশ বেংকৰ লগতে চি এছ পিত আজি ৰাতিপুৱাৰে পৰাই সমাগম শশ মানুহৰ
ধন জন একাউণ্টত সোমোৱা ৫০০টকা মোকোলাই নিয়াৰ বাবে হেতা ওপৰা লাগে মহিলাসকল
মহিলা সকলৰ মাজত প্ৰায় ভাগে ব্যৱহাৰ কৰা নাই মাক্স তথা স্বাস্থ্য বিভাগে নিৰ্দেশ দিয়া সচেতনতা
আনকি নুন্যতম সামাজিক ব্যৱধান খিনিও ৰক্ষা কৰাটো পৰিলক্ষিত নহল তেওঁলোকৰ মাজত
জন ধন একাউণ্টত সোমোৱা ৫০০টকা তিনি চাৰিদিনৰ ভিতৰত একাউণ্টৰ পৰা উড্ৰ নকৰিলে ওভতাই নিব বুলি পোৱা ভুৱা খৱৰে তেওঁলোকক সকলোকে কৰিছে দিকভ্ৰান্ত
যাৰ বাবে সকলোৱে ওলাই আহিছে হিল দল ভাঙি চাঙি
সচেতন মহলৰ দাবী চি এছ পি সমূহ শিঘ্ৰেই প্ৰশাসনে বন্ধ নকৰিলে ক'ভিড 19 আক্ৰান্তৰ পৰা হাত সাৰিব নোৱাৰিব বইটামাৰী বাসী
Report by: শিৱেন নাৰায়ণ দেৱ, বইটামাৰী,বঙাইগাঁও

0 Comments
Please do not enter any Spam Link in the comment box.