BREAKING

6/recent/ticker-posts

Corona fear in Bongaigaon- A person in Panchagaon, Boitamari died during Home Quarantine.

#BREAKING
Boitamari, Bongaigaon:26/04/2020 "Corona fear in Bongaigaon"

A person in Panchagaon, Boitamari died during Home Quarantine.

He came home from Meghalaya on 4th of April and stayed under home quarantine as per govt rules.




Name of the person was Chitta Ray, he was 35 years old. He was ill since day before yesterday and he took last breath yesterday night on 25th April.


Local people and his relative are worried due to fear of Covid-19. 

Local police, health department and the Magistrate reached at his home today morning for investigation. 

After investigation the dead body was sent to Bongaigaon Civil Hospital for postmortem and other examinations.

This incident made people worried due to pandemic situation of Covid-19. All doubt will be cleared after all the examination and investigation done.

Citizen Reporter: Siben Narayan Dev.




বঙাইগাঁৱৰ বইটামাৰীৰ পঞ্চগাঁৱত হোম কোৱাৰেণ্টাইনত থকা এজনৰ মৃত্যু। যোৱা চাৰি এপ্ৰিলত মেঘালয়ৰ পৰা ঘৰলৈ অহাৰ পিছৰে পৰাই ব্যক্তিগৰাকী হোম কোৱাৰেণ্টাইনত আছিল। 

ব্যক্তিজনৰ নাম চিত্ত ৰায়, পিতা-মিলন ৰায় বয়স-৩৫ বছৰ। ব্যক্তিজনৰ পৰহীৰে পৰাই স্বাস্থ্য বেয়া হোৱাৰ পিছৰে পৰাই শয্যাশায়ী হৈছিল। 


কোৱাৰেণ্টাইনত থকাৰ বাবে গাঁৱৰ মানুহো সৎকাৰ কৰা তথা তেওঁলোকৰ ঘৰত যোৱাৰ পৰা বিৰত আছে।যোৱাকালি ৰাতিপুৱা দুবাৰ বমিও কৰিছিল বুলি জানিব পৰা গৈছে। যোৱানিশা মৃত্যুক আকোঁৱালী লয় ব্যক্তিজনে। 

ৰাতিপুৱা ঘৰৰ মানুহে মাত লগাবলৈ যাওতে গম পায় মৃত বুলি। 


মৃতকৰ ঘৰত ইতিমধ্যে আৰক্ষী, স্বাস্থ্য বিভাগৰ মানুহ আৰু মেজিছট্ৰেট উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে ব্যক্তিগৰাকীৰ শটো মৰোনোত্তৰ পৰীক্ষা তথা অনান্য পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। 


সম্প্ৰতি বঙাইগাঁৱত এক উত্তেজনাময় তথা আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। 

Citizen Reporter: শিৱেন নাৰায়ণ দেৱ,বইটামাৰী ,বঙাইগাঁও

Post a Comment

0 Comments