BREAKING

6/recent/ticker-posts

Trending Assamese Movie "GORU" is coming at Bongaigaon on 7th February

Bongaigaon Times: Bongaigaon: 31.01.2021

বহুচৰ্চিত অসমীয়া বোলছবি "গৰু" আহি আছে বঙাইগাৱঁত। অহা ৭ ফেব্ৰুৱাৰী তাৰিখে বীৰঝৰা উ: মা: বিদ্যালয়ৰ সমীপৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত এই বোলছবি প্ৰদৰ্শিত কৰা হব।


goru movie

গৰু ৷৷

অসমৰ নৱ প্ৰজন্মৰ এগৰাকী প্ৰগতিশীল নাট্যকাৰ, অভিনেতা, পৰিচালক হিমাংশু প্ৰসাদ দাস পৰিচালিত ব্যতিক্ৰমী ধাৰাৰ বোলছবি " গৰু " এতিয়া বহুচৰ্চিত আৰু বহুপ্রশংসিত ৷

আপোনালোকক জনাবলৈ পাই আমি নথৈ আনন্দিত অনুভৱ কৰিছৰ যে বৃহত্তৰ বঙাইগাঁও অঞ্চলত সুস্থ-সংস্কৃতিৰ প্ৰসাৰৰ বাবে আমি এই বোলছবিখন বঙাইগাঁৱত প্ৰদৰ্শন কৰিবলৈ উদ্যোগ লৈছোঁ ।

বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে বঙাইগাঁও সদৰৰ বৰপাৰাস্থিত বীৰঝৰা পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত তলত উল্লেখিত সময়সূচী অনুসৰি আপোনালোকৰ প্ৰিয় "গৰু" প্ৰদৰ্শিত হ’ব । 

"গৰু"ৰ বাবে প্ৰবেশ মূল্য মাত্ৰ ১২০ টকা ৷

সমাজৰ সমসাময়িক ঘটনা-পৰিঘটনাৰ প্ৰতিফলন "গৰু" বোলছবিখন উপভোগ কৰিবলৈ আৰু সুস্থ সংস্কৃতিৰ প্ৰসাৰৰ বাবে আমাৰ এই প্ৰয়াস সফল কৰিবলৈ সকলোকে আহ্বান জনালোঁ৷

Date: 7th February 2021.
Timings: 11.00AM, 1.00PM, 3.00PM, 5.00PM AND 7.00PM
Venue: Birjhora Public Library, Near Birjhora H.S. School.

টিকটৰ বাবে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে:
8638571376, 7002285613, 9859948048



Bongaigaon Times.

Post a Comment

0 Comments