BREAKING

6/recent/ticker-posts

Sextortion - Nude Girl Video Calling Scam targeting Young Boys

Bongaigaon Times: Life Style : 29.04.2021

Now a days a new scam has started on social media platforms. You can call this as "Sextortion". The victims of this scam are young men. Let's understand how these young men are get trapped in this scam.

Sextortion Video Call Scam

Suppose you have an account on social media platform. One day you receive a friend request from an unknown beautiful girl and you accept the request and befriend with her.

She will start chatting with you and gradually you get attracted towards her. Intimacy will develop between two of you and she will urge you for video chatting.

She will instigate you for intimate video chat and you agree. After the video chat someone will call you from an unknown number and tell you that he /she has pictures and videos of that video chat.

The caller will send the screenshots of that video chat and starts blackmailing you. Then the caller will ask money from you and if you refuse to give he /she will threaten you to viral those pictures by uploading them on social media.

Thus you will become the part of this heinous scam.

So beware of accepting friend request from unknown person. Stay alert when you befriend someone on social media and stay away from such scam.


Bongaigaon Times Advertisement



বৰ্তমান ছছিয়েল প্লেটফৰ্ম বোৰত আৰম্ভ হৈছে এক নতুন SCAM। এই স্কেম'ৰ কৱলত পৰি আছে যুৱক সকল। কিদৰে এই স্কেম'ৰ কৱলত পৰি আছে বহুতো যুৱক, আহক জানি লওঁ।

ছছিয়েল প্লেটফৰ্ম যেনে ফেচবুক, ইনষ্টাগ্ৰাম আদিকে ধৰি আন আন প্লেটফৰ্ম সমূহত হঠাৎ এদিন এজনী ধুনীয়া যুৱতীয়ে আপোনাক ফ্রেণ্ড ৰিকুৱেষ্ট পঠাব তাৰ পিছত আপোনাৰ লগত চেটিং আৰম্ভ কৰিব। যুৱতী জনীয়ে আপোনাৰ লগত এইদৰে কথা পাতিব যে আপুনি লাহে লাহে তেওঁৰ প্রতি আকৰ্ষিত হব ধৰিব।

তাৰ পিছত যুৱতী জনীয়ে আপোনাৰ ফোন নম্বৰ খুজি লব, আপোনাৰ লগত ভিডিও চেটিং কৰাৰ প্ৰস্তাব দিব। এই ভিডিও চেটিংৰ সময়ত যুৱতী গৰাকীয়ে আপোনাৰ লগত ঘনিষ্ঠতা বঢ়াব আৰু আপোনাৰ লগত নগ্ন ভিডিও চেটিং কৰাৰ ইচ্ছা প্ৰকাশ কৰিব।

অলপ সময় এই চেটিং চলাৰ পিছত আপোনাৰ ফোন নম্বৰত এটি নতুন নম্বৰৰ পৰা ফোন আহিব আৰু ফোনত কব যে আপোনাৰ সমগ্ৰ নগ্ন ভিডিও তেওঁলোকৰ লগত আছে। এই ভিডিও ডিলিট কৰাৰ পৰিবৰ্তে তেওঁলোকে আপোনাৰ পৰা ধন দাবী কৰিব।

ভিডিও চেটিং কৰি থকা সময়ৰ স্ক্ৰীনশ্বট আৰু স্ক্ৰীন ৰেকৰ্ডিং সমূহ তেওঁলোকে আপোনালৈ প্ৰেৰণ কৰিব। তেওঁলোকে বিচৰা ধন নিদিলে সেই একে স্ক্ৰীনশ্বট আৰু স্ক্ৰীন ৰেকৰ্ডিং সমূহ ছছিয়েল প্লেটফৰ্মত ভাইৰেল কৰাৰ ভাবুকি দিব। এইদৰে আপুনি তেওঁলোকৰ এই জঘন্য স্কেম'ৰ অংশ হৈ পৰিব।

গতিকে ছছিয়েল প্লেটফৰ্মত অচিনাকী মানুহৰ লগত বন্ধুত্ব স্থাপন কৰাৰ আগত সাৱধান হব আৰু এনে স্কেম'ৰ পৰা বিৰত থাকিব।

Thank you.

Post a Comment

0 Comments