BREAKING

6/recent/ticker-posts

A new turn in Karnab Medhi murder case | পৰিয়াল মতে কৰ্ণৱৰ মৃত্যুৰ কাৰণ আছিল সম্পত্তি | Bongaigaon

Bongaigaon Times: Bongaigaon

যোৱা শুকুৰবাৰে বঙাইগাঁও জিলাত সত-পিতৃয়ে হত্যা কৰিছিল পুত্ৰক। হত্যাৰ পিছত পিতৃ প্ৰদীপ নাথে পুলিচক দিয়া ভাষ্য মতে পুত্ৰ কৰ্ণব মেধি নিচা আসক্ত আছিল আৰু সদায় টকা বিচাৰি ঘৰত কাজিয়া কৰিছিল। উক্ত ঘটনাৰ দিনা লৰাজনে ২ লাখ টকা খুজিছিল বুলি অভিযোগ কৰিছিল পিতৃ জনে।

A new turn in Karnab Medhi murder case | Bongaigaon পৰিয়াল মতে কৰ্ণৱৰ মৃত্যুৰ কাৰণ আছিল সম্পত্তি

কিন্তু বৰ্তমান কৰ্ণৱৰ আইতা আৰু পৰিয়ালৰ আন সদস্যই দিয়া ভাষ্য মতে এই হত্যাকাণ্ডৰ মূল কাৰণ আছিল সম্পত্তি। কৰ্ণৱৰ নিজৰ পিতৃৰ মৃত্যু হোৱাৰ পিছত, তেওঁৰ সম্পত্তি কৰ্ণৱৰ নামত আহিছিল আৰু সেই সম্পত্তি খিনিৰ আত্মসাত কৰাৰ উদ্দেশ্যে প্ৰদীপ নাথে এই হত্যাকাণ্ড সংগঠিত কৰা বুলি কৰ্ণৱৰ আইতা আৰু পৰিয়ালৰ আন সদস্যই জনাইছে।

A new turn came in Karnab Medhi murder case. Karnab was murdered by his step father Pradip Nath on last Friday night at T.R. Phukan road. Pradip Nath was arrested by Bongaigaon police.

He stated in front of police that he killed his step-son because his step-son was a drug addicted and always wanted money for drugs.

But now Karnab's Grand mother and family members have given a statement in front of media that reason behind Karnab's murder was property. Pradip Medhi killed his step son to get Karnab's property.


Bongaigaon Times Report

Post a Comment

0 Comments