BREAKING BONGAIGAON: 30.05.2020
Citizen Reporter: Siben Narayan Dev
বঙাইগাঁৱত পুনৰ এজনৰ দেহত কৰ'ণা পজিটিভ।
জিলাখনৰ বইটামাৰীৰ পঞ্চগাঁৱৰ লতিফ আহমেদ(বয়স:১৮)ৰ দেহত পোৱা গৈছে কৰ'ণা পজিটিভ।
লতিফ আহমেদ ঈদৰ আগদিনা হায়দৰাবাদৰ পৰা ঘৰত আহি পাইছিল।
পিছত এৰাতি ঘৰত কটোৱাৰ পিছত ২৫মেৰ পৰা স্থানীয় ধনতোলা মজলীয়া বিদ্যালয়ত কোৱাৰেন্টাইন কৰা হৈছিল লতিফক।
আজি স্বাস্থ্য পৰীক্ষাৰ ফলাফলত কভিদ-19 পজিটিভ ধৰা পৰে লতিফ আহমেদৰ দেহত।
সম্প্ৰতি লতিফক উন্নত চিকিৎসাৰ বাবে কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা লৈ গৈছে বঙাইগাঁৱৰ স্বাস্থ্য বিভাগে।
Again a person from Bongaigaon district found COVID-19 positive.
His name is Latif Ahmed, age: 18 years, resident of Panchagaon under Boitamari in Bongaigaon district of Assam.

WATCH VIDEO

He came home on occasion of Eid from Hyderabad. Then he stayed a night with his family at home. Next day on 25th May, he was sent to Quarantine center at Dhantola school in Boitamari.
He is found COVID-19 positive today on 30th May 2020. Officials from Health department of Bongaigaon district taken him to the hospital for further treatment.
Citizen Reporter: শিৱেন নাৰায়ণ দেৱ,বঙাইগাঁও

0 Comments
Please do not enter any Spam Link in the comment box.