BREAKING

6/recent/ticker-posts

গুৱাহাটীত সোমবাৰৰ পৰা সম্পূৰ্ণ ল’ক ডাউন। অহা ১৪ দিনৰ বাবে সম্পূৰ্ণ ল’ক ডাউন ঘোষণা।

গুৱাহাটীত সোমবাৰৰ পৰা সম্পূৰ্ণ ল’ক ডাউন। অহা ১৪ দিনৰ বাবে সম্পূৰ্ণ ল’ক ডাউন ঘোষণা। কোনো ধৰণৰ দোকান খোলা নাথাকিব।  গুৱাহাটীত ক্ৰমাত্‍ জটিল হৈছে পৰিস্থিতি। দিনে দিনে বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা।


গুৱাহাটীত সোমবাৰৰ পৰা সম্পূৰ্ণ ল’ক ডাউন। অহা ১৪ দিনৰ বাবে সম্পূৰ্ণ ল’ক ডাউন ঘোষণা।

গুৱাহাটীত প্ৰতিদিনে শতাধিক ট্ৰেভেল হিষ্ট্ৰী নথকা লোক আক্ৰান্ত হৈছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ পৰিপ্ৰেক্ষিততে ল’ক ডাউন ঘোষণা। ১২ জুলাই লৈকে বলৱত্‍ হ’ব ল’ক ডাউন।


এইবাৰৰ ল’ক ডাউনতঃ

>বন্ধ থাকিব সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান। কেৱল খোলা থাকিব ফাৰ্মাচী, চিকিত্‍সয়।

>আজি সন্ধিয়া সাত বজাৰ পৰা পুৱা সাত বজালৈ সান্ধ্য আইন জাৰি গুৱাহাটীত

>সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয় বন্ধ ৷ কোনো ঔদ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিব।

>বানপানীত কাম কৰা লোকৰহে গাড়ী ব্যৱহাৰ কৰিব পাৰিব ৷ কোনো গাড়ীৰ পাছৰ ব্যৱস্থা নাথাকিব ৷

>মঠ-মন্দিৰ বন্ধ।

>শ্মশানত কেৱল বিশজন লোকেহে থাকিব পাৰিব।

>সেনা, আৰক্ষী, অৰ্ধ-সামৰিক, দুৰ্যোগ প্ৰশমনত জড়িত সকল, সংবাদ মাধ্যম, জৰুৰীকালীন সেৱা খোলা থাকিব।

>যুটীয়া সচিবৰ ওপৰৰ বিষয়া সকল আহিব কাৰ্যালয়ত ৷ সচিবালয় আৰু সঞ্চালকালয় খোলা থাকিব ৷

>প্ৰথম সাতদিন কঠোৰ ভাৱে লক ডাউন পালিত হ'ব।

>কোনো ধৰণৰ ব্যক্তিগত গাড়ী,মটৰ চলাচল বন্ধ।

>আন্তঃ জিলা পৰিবহণ বন্ধ।


Source: News18Network

Post a Comment

0 Comments